1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:12 pm

আপ অসমৰ নেতৃত্ব ল’ব অজিত কুমাৰ ভূঞাই!

  • Update Time : Saturday, July 29, 2023

ডিজিটেল ডেস্কঃ সকলো ঠিকে-ঠাকে থাকিলে আপ অসমৰ নেতৃত্ব ল’ব অজিত কুমাৰ ভূঞাই! হয়, দিল্লীৰ পৰা অচিৰেই আহিব পাৰে এক নতুন খবৰ। এই নতুন খবৰ অনুসৰি শীঘ্ৰেই আপত আনুষ্ঠানিকভাৱে যোগদান কৰিব পাৰে অজিত কুমাৰ ভূঞাই।

ইতিমধ্যে অজিত কুমাৰ ভূঞাই দিল্লীত আপৰ নেতা সকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হোৱাৰ পাছত শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ সৈতে বৈঠকত বহে। সাংসদ ৰাঘৱ চদ্দাই এই সকলোখিনিৰ ক্ষেত্ৰত সহায় কৰিছে বুলিও এক সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।

গতিকে সকলো ঠিকে ঠাকে থাকিলে দিল্লীৰ পৰা আহিব পাৰে এটা নতুন খবৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme