1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:58 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কিবা যেন ওলট-পালট! পত্নীৰ পৰিৱৰ্তে স্বামীয়ে দিলে সন্তানৰ জন্ম…

  • Update Time : Sunday, August 7, 2022
ডিজিটেল ডেস্কঃ বিচিত্ৰ এই পৃথিৱী। নিত্য নতুন ঘটনা প্ৰৱাহে আচৰিত কৰি তোলে সকলোকে। এতিয়া চাওক তলৰ এই ফটোখন। এই স্বামী আৰু পত্নী দুয়োজন ট্ৰেন্সজেণ্ডাৰ। তেওঁলোকে প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিছিল আৰু স্বামীয়ে গৰ্ভধাৰণৰ দায়িত্ব বহন কৰিছিল।
May be an image of 1 person, standing and outdoors
আমি বিভিন্ন বাতৰিৰ উতসৰ পৰা লাভ কৰা খবৰ অনুসৰি, এই পুৰুষজনৰ নাম ডান্না চুলতানা। তেওঁ জন্মগতভাৱে পুৰুষ যদিও এতিয়া মহিলা হিচাপে স্বীকৃত।
May be an image of 1 person and standing
যোৱা বছৰ তেওঁৰ স্বামী এষ্টেবান লেণ্ড্ৰাউৰ সৈতে তেওঁৰ প্ৰথম সন্তানক জন্ম দিছে। উল্লেখ কৰা প্ৰয়োজন যে,  ডান্নাৰ বিপৰীতে এষ্টেবান এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল কিন্তু পুৰুষলৈ ৰূপান্তৰিত হৈছিল।
May be an image of 2 people, people standing and outdoorsMay be an image of 1 person, standing, outdoors and text that says 'adidas'
দম্পতীহালে প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিছিল, কিয়নো ডান্না আৰু এষ্টেবান দুয়োজনে এতিয়াও তেওঁলোকৰ প্ৰজনন অঙ্গবোৰ ধৰি ৰাখিছিল।
May be an image of 2 people, child, wrist watch and indoorMay be an image of 1 person, child and indoor

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme