1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:29 am

দিল্লীত ৰাষ্ট্ৰপতিৰ হাতেৰে আইমী বৰুৱাই গ্ৰহণ কৰিলে ৰজতকমল বঁটা…

  • Update Time : Friday, September 30, 2022
  • অসমত বিৰ্তক চলি থকা সময়তে দিল্লী ৰাষ্ট্ৰপতিৰ হাতেৰে আইমী বৰুৱাই ললে বটাঁ।
  • চেমখৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজতকমল গ্ৰহণ কৰে পৰিচালক আইমী বৰুৱাই।
  • ব্ৰিজ ছবিখনৰ বাবেও পৰিচালক কৃপাল কলিতাও লাভ কৰে বটাঁ।
  • নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজতকমল গ্ৰহণ কৰে দুয়োগৰাকী পৰিচালকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme