1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:09 am

আইমী বৰুৱাই আমাৰ বাচ্চাটোক বহুত মৰম কৰিছিল…

  • Update Time : Friday, September 30, 2022

ডিজিটেল ডেস্কঃ চেমখৰক লৈ চলি থকা বিৰ্তকৰ মাজতে এইবাৰ মৃত দেৱশিশু ক্লেৰিঙৰ পিতৃ-মাতৃয়ে থিয় দিলে অভিনেত্ৰী আইমী বৰুৱাৰ হৈ। তেওঁলোকে কলে যিজনে উক্ত ভিডিঅটো প্ৰস্তুত কৰিছিল তেওঁলোকে জোৰ কৰি বিভিন্ন কথা কবলৈ দাবী জনাইছিল। তেওঁলোকে উক্ত ব্যক্তিজনে কোৱা বহু কথাৰ অৰ্থ বুজিয়েই পোৱা নাছিল বুলি সদৰি কৰে।

উল্লেখ কৰা প্ৰয়োজন যে,ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিতভাৱে প্ৰায় দুটা বছৰৰ পাছত উক্ত ঘটনা পোহৰলৈ অনা উক্ত ব্যক্তিগৰাকী এটা ৰাজনৈতিক দলৰ সৈতে সুসম্পৰ্ক আছে বুলিও জানিব পৰা গৈছে। ক্লেৰিঙৰ পিতৃ-মাতৃয়ে কয়- ‘শিশুটিৰ মৃত্যুৰ বাবে আমাৰ কাৰো ওপৰত একো অভিযোগ নাই’। আইমী বৰুৱাই আমাৰ বাচ্চাটোক বহুত মৰম কৰিছিল।

উক্ত ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনালে ক্লেৰিঙৰ পিতৃ-মাতৃয়ে

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme