1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:22 pm

আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিলেনে? আজি চৰকাৰে কৰিব এই কাম…

  • Update Time : Monday, December 20, 2021

ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিলেনে! যদিহে কৰা নাই পলম নকৰিব, কিয়নো এই সন্দৰ্ভত সোমবাৰে সদনৰ মজিয়াত বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰই।  লোকসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে এই বিধেয়কখনক লৈ হব আলোচনা। উল্লেখ্য যে, বিগত বুধবাৰৰ পৰাই এই বিধেয়ক উত্থাপনৰ বাবে যোজা চলাইছিল কেন্দ্ৰই।

ইল্লেখ্য যে, ভুৱা ভোটাৰ কাৰ্ডৰ জৰিয়তে একাংশ দুষ্টচক্ৰই মেলা জালত বাধা দিবৰ বাবেই কেন্দ্ৰই এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিহে এই প্ৰক্ৰিয়া সমাপন নকৰে তেন্তে ভোটাৰ বা আধাৰ কাৰ্ড অচল হৈ পৰিব পাৰে। এই সন্দৰ্ভত নিৰ্দিষ্ট সময়সীমাও বান্ধি দিব চৰকাৰে। উল্লেখ্য যে, আজি সদনত ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিলো উত্থাপন কৰা হব।

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme