1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:50 pm

শেষ কৰিলে সকলো সপোনঃ ডবকাত ডাম্পাৰৰ খুন্দাত যুৱকসহ দুই শিশুৰ মৃত্যু…

  • Update Time : Sunday, July 2, 2023
  • ডবকাৰ জাব্ৰা খোৱাত ডাম্পাৰে প্ৰান কাঢ়িলে দুটি শিশু সহ এজন যুৱকৰ।
  • ডাম্পাৰৰ খুন্দাত থিতাতে নিহত তিনিও গৰাকী।
  • ডাম্পাৰ চালক জন সুৰা পান কৰি সংঘটিত কৰিলে এই ভয়ংকৰ দুৰ্ঘটনা।
  • চালক সহ ডাম্পাৰ ডবকা আৰক্ষীয়ে জব্দ কৰিছে।
  • ঘটনাক লৈ তীব্ৰ চাঞ্চল্য

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme