ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৬গৰাকীকৈ লোক। ঘটনাটো সংঘটিত হৈছে জম্মু-কাশ্মীৰত। এখন বাহন দ খাৱৈত পৰাৰ ফলতে সংঘটিত হবলৈ পালে এই দুৰ্ঘটনা। জম্মু-কাশ্মীৰৰ Kishtwarজিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ আৰক্ষীয়ে শেহতীয়াকৈ কিছু তথ্য সদৰি কৰিছে। সদৰি কৰা তথ্য অনুসৰি ঘন কুৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হবলৈ পালে।