1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:28 am

চুলিকোচা দীঘল কৰিব বিচাৰিছে যদি অৱলম্বন কৰক এইসমূহ উপায়!

  • Update Time : Sunday, September 22, 2024

সৌন্দৰ্য চৰ্চা ডেকা-গাভৰুৰ পৰা প্ৰাপ্ত বয়স্কৰ লোকসকলৰ লৈকে নিজকে কম বেছি পৰিমাণে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে।
ধুনীয়া ছালৰ গৰাকী, সুন্দৰ চুলিৰ গৰাকী হোৱাটো প্ৰায় সকলোৰে আশা। পিছে নিজৰ চুলিকোছা অতি সহজে ধুনীয়া আৰু দীঘল কৰিবলৈ কি কৰিব জানেনে,

. নিমপাত চুলিৰ মূৰৰ ছালৰ বাবে সৰ্বশ্ৰেষ্ঠ। ৰাতিপুৱা খালী পেট খোৱাটোৱে চুলিৰ উন্নত বিকাশত সহায় কৰে। একে সময়তে, চুলিৰ মূৰৰ ছালো ইয়াৰ পৰা পুষ্টি লাভ কৰে।
. নাৰিকলৰ পানী চুলিৰ বাবেও উপকাৰী। নাৰিকল পানী চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ’ব পাৰে। আপুনি ইয়াক ৰাতিপুৱা পান কৰিব পাৰে।
. নিয়মিত চুলিৰ আগ কাটক। দীর্ঘদিন আগ নাকাটিলে চুলি বৃদ্ধি সহজতে নহয়।
. চুলিৰ বৃদ্ধি দ্রুত কৰিবলৈ বিচাৰিলে নাৰিকল তেল অত্যন্ত জৰুৰী। ইয়াত থকা ফেটি এচিডে চুলিৰ গুৰিত পুষ্টি যোগায়। সপ্তাহত অন্তত: দুদিন নাৰিকল তেলেৰে চুলি মাছাজ কৰক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme