নহৰু ব্যৱহাৰ কৰি চৰ্দি, কাহৰ পৰা ৰক্ষা পাব পাৰি। আপুনি যদি সদায় ফিট হৈ থাকিব বিচাৰে তেন্তে পুৱাই খালী পেটত ৪টাকৈ নহৰু খাবলৈ লওঁক।
নহৰুৱে হজম বৃদ্ধিত সহায় কৰে। মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভজা নহৰু পিহি দাঁতত লগাওঁক।
লগতে জানক গাখীৰৰ সৈতে নহৰু মিহলাই খালে কি হয়?
. গাখীৰৰ সৈতে নহৰু মিহলাই খালে গাঁঠি বিশৰ পৰা ৰক্ষা পাব।
. অনিদ্ৰাৰ সমস্যাৰ ক্ষেত্ৰত গাখীৰৰ সৈতে নহৰু মিহলাই খাব পাৰে।
. হাপানী, কাঁহ হলে গাখীৰৰ সৈতে নহৰু মিহলাই খাব পাৰে।