মাত্ৰ ৪৮বছৰ বয়সতে মৃত্যুক আকোৱালি ল’লে অভিনেতা বিকাশ শেঠীয়ে। হাৰ্টএটেক হোৱাৰ বাবে মৃত্যু হয় অভিনেতা গৰাকীৰ।
kahin toh hoga, kasoti jindegi ki এনেধৰণৰ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে কভী খুসী কভী গম ছবিখনটো অভিনয়
কৰিছিল অভিনেতা গৰাকীয়ে। মৃত্যু সময়ত বিকাশ শেঠীয়ে পত্নী জাহ্ণৱী শেঠী আৰু দুটি যমজ সন্তানক এৰি যায়।