1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:46 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

চকলেটৰ পৰা কি কি সমস্যা হ’ব পাৰে?

  • Update Time : Monday, September 9, 2024

চকলেট আপোনাৰ প্ৰিয় নিশ্চয়। পিছে জানেনে অত্যাধিক পৰিমাণে চকলেট খালে কি কি সমস্যা হ’ব পাৰে?
. হাড় দুৰ্বল হ’ব পাৰে: বেছিকৈ চকলেট খালে হাড় দুৰ্বল হ’ব পাৰে। এক প্ৰতিবেদন অনুসৰি চকলেটৰ ফলত অষ্টিঅ’পৰ’ছিছ হ’ব পাৰে। সীমিত পৰিমাণৰ চকলেট খালে বেয়া নহয়
. চকলেট খালে ওজন বৃদ্ধি হব পাৰে। বেছিকৈ চকলেট খালে মোটা হ’ব পাৰে। শৰীৰৰ চৰ্বি বৃদ্ধি পায় কাৰণ ইয়াত চেনিৰ পৰিমাণ বেছি থাকে যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।
গতিকে চকলেট বেছিকৈ খোৱাৰ কোনো লাভ নাই। সকলো দিশলৈ চাই আৰু শৰীৰৰ আৱশ্যকতা বুজি পাই চকলেট খালে শৰীৰ সুস্থ কৰি ৰাখে।
. বহুতে চকলেট ইমানেই ভাল পায় যে ৰাতিও চকলেট খায়। এনে কৰিলে অনিদ্ৰাও হয়। চকলেটত কেফেইন থাকে। অতিমাত্ৰা সেৱন কৰিলে টোপনিৰ সমস্যা হব পাৰে। গতিকে ৰাতি
চকলেট খোৱাৰ কোনো কাৰণ নাই।
. যদি আপোনাৰ ইতিমধ্যে গেছৰ সমস্যা আছে, তেন্তে চকলেট খোৱাৰ পৰা বিৰত থাকক।
. চকলেট খালে ওজন বৃদ্ধি হব পাৰে। বেছিকৈ চকলেট খালে শৰীৰৰ চৰ্বি বৃদ্ধি পায় কাৰণ ইয়াত চেনিৰ পৰিমাণ বেছি থাকে যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।
গতিকে চকলেট বেছিকৈ খোৱাৰ কোনো লাভ নাই। সকলো দিশলৈ চাই আৰু শৰীৰৰ আৱশ্যকতা বুজি পাই চকলেট খালে শৰীৰ সুস্থ কৰি ৰাখে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme