1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:41 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হাঁহিয়ে আমাক শক্তি দিয়ে, সাহস দিয়ে…..

  • Update Time : Sunday, September 8, 2024

Smile is the greatest equipment to be success…..
হাঁহিয়ে আমাৰ স্বাস্থ্য সুঠাম কৰাত সহায় কৰাৰ লগতে নিয়মীয়া হাঁহিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে।
হাঁহিয়ে আমাৰ দেহৰ অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালন ক্ৰিয়া ঠিক মতে কৰে। হাঁহিলে আমাৰ তেজৰ সঞ্চালন ক্ৰিয়া সঠিক ভাবে হয়।
হাঁহি হল অন্যতম ব্যায়াম, হাঁহিয়েই বহু ৰোগ দূৰ কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
উদ্বিগ্নতাৰ কাৰণে হোৱা মূৰৰ বিষো হাঁহিয়ে বহু পৰিমানে কমাব পাৰে। হাঁহিয়ে মগজুৰ ৰোগ থকা লোকক উপকৃত কৰে।
হাঁহিলে আমাৰ মগজুত চেৰিটানিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য উৎপন্ন হয় , যিয়ে আমাক আনন্দ দিয়ে।
Always keep smiling and lead a happy life…..

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme