1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:16 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বাদশ্বাহ শ্বাহৰুখেৰে প্ৰিয়ংকা চোপ্ৰাৰ গোপন বিয়া… কিয় চলিছে এই চৰ্চা?

  • Update Time : Saturday, January 22, 2022

ডিজিটেল ডেস্কঃ কন্যাসন্তানৰ মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা। নিক-প্ৰিয়ংকাৰ জীৱনলৈ ন’ আলহীৰ আগমনৰ কথা ইনষ্টাগ্ৰাম যোগে নিজেই প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ইফালে প্ৰিয়ংকা-নিকৰ মাজত চলি থকা পাৰিবাৰিক সংঘাত ইয়াতেই যতি পৰিল বুলিও একাংশই সামাজিক মাধ্যমত চৰ্চা কৰিছে। কিন্তু তাৰ মাজতেই চৰ্চা হৈছে অন্য এক বিষয়হে। প্ৰিয়ংকা-নিকৰ সংসাৰত দূৰত্ব অহাৰ কাৰণ শ্বাহৰুখহে। কিয়নো বহুতৰে মতে নিকৰ সৈতে বিবাহৰ পূৰ্বে শ্বাহৰুখেৰে গোপনে বিবাহত আবদ্ধ হৈছিল প্ৰিয়ংকা।

প্ৰিয়ংকাই ৰুগীয়া পিতৃৰ মনোকামনা পূৰণ কৰিবলৈকে টৰণ্টত গোপনে বিবাহপাশত আবদ্ধ হৈছিল শ্বাহৰুখেৰে। বলীউডত প্ৰথম খোজ পেলাওঁতেই শ্বাহৰুখেৰে ঘনিষ্ঠ হৈ পৰিছিল প্ৰিয়ংকা। প্ৰিয়ংকা শ্বাহৰুখে যদিও এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল তথাপিও একাংশ নেটিজেনে তেতিয়াৰে নজৰ ৰাখি আহিছে দুয়োৰে কাৰ্যকলাপত। শ্বাহৰুখেও প্ৰিয়ংকা সম্পৰ্কে সোধা প্ৰশ্নত প্ৰায়েই কয় যে বলীউডত তেওঁ বাদশ্বাহ অথৱা ষ্টাৰ কিন্তু প্ৰিয়ংকাৰ কাষত তেওঁ এগৰাকী ক’ ষ্টাৰহে। ২০০৬ চনত ডন’ ছবিখনত দুয়োৱে একেলগে কাম আৰম্ভ কৰিছিল। ডন’ ৰ পিছৰে পৰাই বাঢ়িছিল দুয়োৰে ঘনিষ্ঠতা। প্ৰিয়ংকা-শ্বাহৰুখৰ ঘনিষ্ঠতাক লৈ গুজৱ আৰম্ভ হোৱাৰ পিছতেই ডন-২ ছবিখনৰ কামো কৰিছিল দুয়োৱে। অৱশ্যে ডন-২’ ৰ পিছৰে পৰা দুয়োগৰাকীয়ে দূৰত্ব বজাই চলা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme