টেঙামৰা নিশ্চয় চিনি পায়?, নিশ্চয় খাইছে ভিন্ন ধৰণে৷ পিছে জানেনে টেঙামৰাৰ ঔষধী গুণ,
. টেঙামৰাই দৃষ্টিশক্তি বদ্ধি কৰে৷
. টেঙামৰাই গাৰ ছাল নিমজ কৰে৷
. টেঙামৰা পাতৰ ৰসে পেটৰ বিষ দূৰ কৰে৷
. টেঙামৰা পাতৰ ৰসে আভোক ভাৱ দূৰ কৰে৷
. হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে টেঙামৰাই৷