1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:47 am

ঔষধী গুণেৰে সমৃদ্ধ জালুকৰ ব্যৱহাৰ কৰি বহু ৰোগৰ পৰা পাওঁক উপশম!

  • Update Time : Saturday, August 31, 2024

জালুক এবিধ অতি ঔষধী গুণেৰে সমৃদ্ধ লতাজাতীয় গছ। জালুক ঔষধী গুণেৰে পৰিপুষ্ট এবিধ অন্যতম মছলা।
জালুকৰ কি কি ঔষদী গুণ আছে জানো আহক,

. শৰীৰৰ বিষ অনুভৱ হ’লে খাদ্যত জালুক দিয়া খাব।
. জ্বৰ, কাহৰ বাবে জালুক বৰ ভাল।
. হাঁপানী ৰোগৰ বাবে জালুক উপকাৰী।
. জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।
. জালুক খালে দৃষ্টিশক্তি বৃদ্ধি হয়।
. বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়। একেৰাহে তিনি-চাৰি দিনমান লগাব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme