1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:47 am

ওখ নোহোৱাৰ বাবে চিন্তিত নেকি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে!

  • Update Time : Friday, August 30, 2024

চাপৰ বাবে কেতিয়াবা হীনমন্যতাত ভুগিছে নেকি? বৰ মন যায় নহয়নে ওখ হ’বলৈ? কিয় অলপ ওখ নহলো, চাপৰ কিয় হ’লো এনেধৰণৰ চিন্তা মনলৈ বাৰে বাৰে
আহে নেকি? সাধাৰণতে মানুহৰ এটা বয়সৰ পাছত আৰু শাৰীৰিক গঠনৰ বৃদ্ধি নহয়৷ এই সময়টো পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সলৈ থাকে যদিও কিছুমান ব্যায়াম
আৰু পুষ্টিকাৰক খাদ্যৰ জৰিয়তেও ওখ হোৱাৰ সম্ভাৱনীয়তা থাকে৷ আমাৰ বিকাশৰ বাবে ভিটামিন, প্ৰ’টিনযুক্ত শাক-পাচলি অতি প্ৰয়োজনীয়৷ মেৰুদণ্ড পোন কৰি
খোজ কঢ়াৰ অভ্যাস কৰিব লাগে৷ এনে কৰিলে মেৰুদণ্ড টান হৈ পৰে, তেতিয়া লাহে লাহে উচ্ছতা বৃদ্ধিত সহায়ক হয়৷ নিয়মিত স্কিপিঙৰ জৰিয়তেও এজন মানুহ ওখ
হোৱাৰ সম্ভাৱনা থাকে৷ ওখ হ’বৰ বাবে চাইকেল চলোৱাৰ লগতে উত্তম উপায় হ’ল সাঁতোৰা ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme