1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:05 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰেমৰ প্ৰকাশ পূৰ্বে আপোনাৰ প্ৰিয়গৰাকীৰ সকলো কথা জানি লোৱাটো ভাল!

  • Update Time : Monday, August 26, 2024

আপোনাৰ প্ৰিয়গৰাকীক মনৰ কথা প্ৰকাশ কৰাৰ পূৰ্বে তেওঁৰ সকলো কথা জানি লোৱাটো ভাল। কাৰণ কিয় জানেনে?
কাৰণ বহু সময়ত দেখা যায় যে, সকলোবোৰ কথা নজনাৰ ফলত পিছত সম্পৰ্কত আউল লাগে। গতিকে প্ৰিয়গৰাকীৰ পচন্দ, অপচন্দ সকলো জানি লোৱাটো ভাল। এইধৰক আপোনাৰ প্ৰিয়গৰাৰকীয়ে কি ভাল পায় কি বেয়া পায় সকলো জানি লওঁক। সাধাৰণতে এটা সম্পৰ্কত অতীতৰ কথাই প্ৰভাৱ পেলাব নালাগে। কিন্তু তথাপি সকলো আগতীয়াকৈ জনাটো এইকাৰণে ভাল যাতে পিছত কোনো অসুবিধা নহয়। বা
কোনো কথাত লাগি সম্পৰ্ক বেয়া নহয়। প্ৰিয়গৰাকীৰ মন ভাল লগা ,বেয়া লগা কথাও জনাটো খুবেই দৰকাৰী এটা সম্পৰ্কত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme