ডিজিটেল ডেস্কঃ বাজেটক লৈ অহা ৩১জানুৱাৰীত কেন্দ্ৰই আয়োজন কৰিছে সৰ্বদলীয় বৈঠকৰ। এই কথা ইতিমধ্যে কেন্দ্ৰই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। দেশৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি উক্ত বৈঠকলৈ নিমন্ত্ৰণ জনাব কেন্দ্ৰই। উল্লেখ কৰা প্ৰয়োজন যে, ৩১জানুৱাৰীৰ দিনৰ ৩বজাৰ পৰা আৰম্ভ হব এই বৈঠক।