1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 8:07 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

দীৰ্ঘসময়ৰ বাবে AC ব্যৱহাৰ কৰিলে আপোনাৰ বিভিন্ন সমস্যা হোৱাৰ আশংকা!

  • Update Time : Tuesday, August 6, 2024

গ্ৰীষ্মকালত প্ৰায়সংখ্যক লোকে এচি ব্যৱহাৰ কৰা দেখা যায় ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতো লোকে গোটেই দিনটো ঘৰ বা কাৰ্যালয়, চিকিৎসালয় বা দোকান আদিত এচি চলায় থৈ দিয়ে ৷ এই এচিয়ে যেনেদৰে আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে, তেনেদৰে ই আমাৰ শৰীৰলৈ বিভিন্ন ৰোগ মাতি আনে ৷
. এচি লগোৱা ঠাইত খিৰিকী আৰু দুৱাৰ সকলো বন্ধ থাকে । এনে পৰিস্থিতিত, নিয়মীয়াকৈ পৰিষ্কাৰ নকৰা বায়ু, ধুলি, মাটি আৰু এলাৰ্জি সৃষ্টি কৰা অন্যান্য উপাদানবোসমূহ একে ঠাইতে থাকে । ইয়াৰ ফলত, অত্যাধিক ঠাণ্ডা বতাহ আৰু পৰিৱেশত আৰ্দ্ৰতাৰ অভাৱৰ ফলত উশাহ-নিশাহৰ সমস্যা, বুকুৰ ঠাণ্ডা বিষ, পেশীজঠন আৰু এলাৰ্জীৰ প্ৰতি সংবেদনশীল লোকৰ এলাৰ্জীৰ সমস্যা যথেষ্ট হ’ব পাৰে ।
. গাঁঠিৰ বিষৰ সমস্যাত ভুগি থকা লোকসকলে দীঘলীয়া সময় এচিত থকাৰ বাবে তেওঁলোকৰ সেই সমস্যা বৃদ্ধি হয় ।
. দীঘলীয়া সময়ৰ বাবে এচি থকা পৰিৱেশত থাকিলে পিয়াহ নালাগে । এনে পৰিস্থিতিত, মানুহে কম পানী খায় । ফলত কম পানী খোৱাৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যন হ’ব পাৰে ৷ ডিহাইড্ৰেশ্যন হ’লে লোকৰ উদ্বিগ্নতা, মূৰ ঘূৰোৱা, বমি বা ওকালি অহা, মূৰৰ বিষ আৰু চাইনাছ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হোৱাৰ দৰে সমস্যা হ’ব পাৰে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme