1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:29 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিদ্যালয়লৈ টুপী পিন্ধি অহাত খৰ্গহস্ত শিক্ষকে বাহিৰ কৰিলে ছাত্ৰক

  • Update Time : Monday, August 5, 2024

লাহৰীঘাটৰ এখন বিদ্যালয়ত সংঘটিত এক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লাহৰীঘাটৰ ধূপগুৰি মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰই পৰিধান কৰি আহিছিল এটা টুপী। ছাত্ৰজনে টুপী পিন্ধি অহাত ক্ষোভিত হৈ পৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষক। বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জহিৰুল ইছলামে টুপী পিন্ধি আহিছিল। টুপী পিন্ধি অহাৰ বাবেই অশ্ৰাব্য গালি গালাজ পাৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে। টুপী পৰিহিত ছাত্ৰ জনক দেখি শিক্ষক বালিৰাম বৰদলৈয়ে চয়তানৰ ধৰ্ম লৈ বিদ্যালয় কিয় আহিছা বুলি প্ৰশ্ন কৰাৰ লগতে ছাত্ৰ জনক অশ্ৰাব্য গালি গালাজ কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। একাংশই ইয়াৰ মাজতে মন্তব্য কৰিছে বিদ্যালয়লৈ যোৱা আন আন ছাত্ৰৰ দৰে নগৈ ছাত্ৰগৰাকীয়ে কিয় পিন্ধি গৈছিল টুপী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme