1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 11:05 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

আপোনাৰ প্ৰিয় বৰ্ণ ‘ন’, ‘প’, ‘ৰ’ নামৰ লৰাক কেনেকৈ জীৱনসংগীৰূপে পাব?

  • Update Time : Monday, July 29, 2024

আপুনি মনে বিচৰা লৰা জনৰ নামৰ আগৰ আখৰটো বাৰু ‘ন’, ‘প’, ‘ৰ’ৰে আৰম্ভ হয় নেকি? যদি হয় তেন্তে জানি লওক কিছু সহজ উপায় কিদৰে এই নামৰ লৰাক নিজৰ জীৱনসংগীৰূপে পাব৷
. প্ৰথমেই এইকেইটা বৰ্ণৰ নামৰ লৰাক নিজৰ মনৰ কথা কোৱাৰ আগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলক৷
. বন্ধুত্বৰ সম্পৰ্কৰ পৰা লাহে লাহে নিজৰ মনৰ কথা ব্যক্ত কৰক৷
. যদিহে মনৰ কথা ব্যক্ত কৰা পিছতো তেওঁ সম্পৰ্কৰ কথালৈ গুৰুত্ব দিয়া নাই তেন্তে সময় লওঁক আৰু লাহে লাহে তেওঁক আপোনাৰ ভালপোৱা বুজিবলৈ দিয়ক৷
. এইকেইটা বৰ্ণৰ লৰাক কেতিয়াও উপহাৰ নিদিব৷ অন্যথা আপোনাৰ সম্পৰ্ক কেতিয়াও আগ নাবাঢ়িব৷
. নিজৰ জীৱনৰ অতীতৰ কথা প্ৰথমেই কেতিয়াও নকব৷ বন্ধুত্বৰ সম্পৰ্কত অহাৰ পিছতহে সকলো কথা খুলি কব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme