প্ৰতিজন যুৱকৰ যিসকলৰ ড্ৰীম গাৰ্ল আছে তেওঁলোকৰ সপোন যাতে ড্ৰীম গাৰ্লক নিজৰ কৰিব পাৰে৷ কিন্তু ভাৱিলেই জানো হ’ব তাৰ বাবে আপুনি নিজক এনেকৈ প্ৰস্তুত কৰিব লাগিব যাতে, ড্ৰীম গাৰ্ল গৰাকীও আপোনাৰ প্ৰতি আকৰ্ষিত হয়৷ তাৰ বাবে আপুনি কৰক মাত্ৰ এইকেইটা কাম আৰু ড্ৰীম গাৰ্লক পাওঁক জীৱনসংগী ৰূপে৷
. আপোনাৰ প্ৰতি ড্ৰীম গাৰ্ল গৰাকী আকৰ্ষিত হবলৈ নিজক সদায় পৰিপাটিকৈ ৰাখক৷
. কাপোৰ পৰিধান কৰোঁতে স্মাৰ্ট ভাৱে কৰক, পৰিষ্কাৰ সাজ পৰিধান কৰক৷
. চুলিখিনি দীঘলকৈ নাৰাখি, চুটিকৈ কাটি পৰিপাটিকৈ ৰাখক৷
. নম্ৰ ভদ্ৰভাৱে কথা পাতক, অযথা যিটি কৈ বিৰক্তি নকৰিব৷
. মুকত খোৱা বস্তু ভৰাই অযথা কথা পাতি নাথাকিব৷