1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:50 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

অপৰিসীম ধন-সম্পত্তিৰ গৰাকী হ’বলৈ এনেদৰে লক্ষ্মী পূজা কৰক

  • Update Time : Friday, July 12, 2024

শুকুৰবাৰৰ দিনটো ধন আৰু বৈভৱৰ লক্ষ্মী দেৱীৰ পূজাৰ বাবে উচৰ্গা কৰা হয়। আজিৰ দিনটোত মানুহে উপবাসে থাকি লক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ বাবে বহুতো ব্যৱস্থা কৰে, যাতে তেওঁলোকৰ জীৱনলৈ ধন-সম্পত্তি, সুখ আৰু সমৃদ্ধি আহে। অৰ্থনৈতিক সংকট আৰু ঋণ ৰেহাই হয়। কোৱা হয় মা লক্ষ্মী চঞ্চল, স্থবিৰ নহয়। যদি আপুনি অপৰিসীম ধন-সম্পত্তি বিচাৰে তেন্তে শুকুৰবাৰে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে।

শুকুৰবাৰে কনকধাৰা স্তোত্ৰম পাঠ কৰিব লাগে। এই মন্ত্ৰৰ আবৃত্তি কৰিলে দৰিদ্ৰতা দূৰ হয় আৰু অপৰিসীম ধন-সম্পত্তিৰ সৃষ্টি হয়।

কনকধাৰা স্তোত্ৰম পাঠ কৰিলে সন্তুষ্ট হয় মা লক্ষ্মী। মানুহৰ জীৱনলৈ ধন-সম্পত্তিৰ আগমন ঘটে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme