ডিজিটেল ডেস্কঃ কৰোনাত আক্ৰান্ত হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক টুইটযোগে সদৰি কৰিছে এই তথ্য। টুইটটোত লিখা হৈছে যে- বিহাৰৰ মুখ্যমন্ত্ৰী কৰোনাত আক্ৰান্ত হৈছে। চিকিতসকৰ পৰামৰ্শত তেওঁ হোম আইচলেশ্যনত আছে। তেওঁ সকলোকে কভিড সৰ্তকতামূলক নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাইছে।
माननीय मुख्यमंत्री श्री नीतीश कुमार कोरोना जाँच में पॉज़िटिव पाये गए हैं। चिकित्सकों की सलाह पर वह होम आइसोलेशन में हैं। उन्होंने सभी से कोविड अनुकूल सावधानियां बरतने की अपील की है।
— CMO Bihar (@officecmbihar) January 10, 2022
উল্লেখ্য যে, দেশত অতিপাত গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টা ১লাখ ৬০হাজাৰ লোক আক্ৰান্ত হৈছে কৰোনাত।