1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:37 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ৰক্ষা কৰক মহোদয়! মোক ৰক্ষা কৰক, মোৰ পত্নীৰ ৫ গৰাকী স্বামী, আটাইকেইটা বৰ্বাদ হ’ল এইবাৰ তাই মোক বৰ্বাদ কৰিব

  • Update Time : Tuesday, July 9, 2024

মধ্য প্ৰদেশৰ ছটাৰপুৰত এগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নী ইতিমধ্যে বিয়া হৈ গৈছে। কেৱল এটাই নহয় বহুবাৰ বিয়া হৈছে৷ অভিযোগ অনুসৰি বিয়া কৰাই টকা আত্মসাৎ কৰে মহিলাগৰাকীয়ে আৰু স্বামীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। বৰ্তমানৰ স্বামীয়ে এই অভিযোগ উত্থাপন কৰিছে৷ ফুলচান্দ কুশবাহা নামৰ ব্যক্তিগৰাকীয়ে উত্থাপন কৰা এই অভিযোগক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই সন্দৰ্ভত ভুক্তভোগী ফুলচান্দে আৰক্ষীক দাখিল কৰিছে এজাহাৰ৷ খবৰ অনুসৰি, ২০১১ চনত মহিলাগৰাকীৰ সৈতে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল ফুলচান্দ৷

ফুলচান্দ কুশৱাহাই কয় যে বিনীতা ওৰফে বৃজেশ ওৰফে ছালমাই মোক প্ৰেমৰ জালত আৱদ্ধ কৰি ২০১১ চনত মোক বিয়া কৰাইছিল। বিয়াৰ পিছত ফুলচান্দে গম পালে যে বিনীতাই বিউটি পাৰ্লাৰত কাম কৰে আৰু উক্ত ব্যৱসায়ৰ আৱৰণত বিনীতা বহু অনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল৷ যাৰ বিৰোধিতা কৰিছিল ফুলচান্দে, যাৰ বাবে ফুলচান্দেৰ বিৰুদ্ধে ফুলচান্দৰ পত্নীয়ে চিভিল লাইন থানা ছটাৰপুৰত ভুৱা এজাহাৰো দাখিল কৰিছিল। ফুলচান্দে জনোৱা মতে, তেওঁৰ পত্নী বিনীতা ওৰফে ব্রিজেশা ওৰফে ছালমাৰ ২০০০ চনত ৰামবীৰ টোমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কুশৱাহাই জনোৱা মতে, ৰামবীৰ তোমৰৰ সম্পত্তি দখল কৰাৰ পিছত বিনীতাই ২০০৬ চনতৰ নাম সলনি কৰি ছালমা নাম ধাৰণ কৰে। ইয়াৰ পিছত তাই ভূৰে খান নামৰ এজন ব্যক্তিক বিয়া কৰায়। পিছলৈ ভূৰে খানৰ সম্পত্তি আত্মসাৎ কৰি পুনৰ বিনীতা সিং হয় আৰু ২০০৮ চনত পুনৰ হিন্দু হৈ টিকমগড়ৰ নিবাসী অজয় ​​খৰায়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইফালে ২০০৯ চনত ছাটাৰপুৰৰ বাসিন্দা জগদীশ প্ৰসাদ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পিছত ২০১১ চনত আবেদনকাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া আবেদনকাৰীক হত্যা কৰিবলৈ আৰু থানাত ভুৱা প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰেমিক-প্ৰেমিকাৰে ভাবুকি দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme