1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:09 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট

  • Update Time : Monday, July 1, 2024

পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে,ৰাজ্যবাসীক সাৱধানে থাকিবলৈ আহ্বান।
কেইবাখনো জিলালৈ ৰেড এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ,৪ জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে এলাৰ্ট ।
প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা-বজ্ৰপাতৰো সম্ভাৱনা। সোমবাৰে ৰাজ্যৰ ২ খনকৈ জিলাত জাৰি ৰেড এলাৰ্ট।
৭ খনত জিলাত জাৰি অৰেঞ্জ আৰু ২০ খন জিলাত য়েল্ল এলাৰ্ট।
নলবাৰী আৰু কাৰ্বি আংলং জিলাত জাৰি ৰেড এলাৰ্ট, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি।
গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়াতো জাৰি কৰা হৈছে এলাৰ্ট, য়েল্ল এলাৰ্ট জাৰি কৰিমগঞ্জ, হাইলাকান্দি, ডিব্ৰুগড়, শিৱসাগৰতো।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি হৈছে এই সতৰ্কবাণী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme