1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:24 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ প্ৰাৰ্থক্যকিমান হ’ব লাগে?

  • Update Time : Friday, June 28, 2024

বিবাহৰ বয়সত পুৰুষ আৰু মহিলাৰ বয়সৰ ব্যৱধানক গুৰত্ব দিয়া হয়৷ বহু মহিলাই তেওঁৰ স্বামী তেওঁতকৈ কেইবছৰমান ডাঙৰ হোৱাটো বিচাৰে৷ বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ প্ৰাৰ্থক্য কিমান গুৰুত্বপূৰ্ণ জানো আহক-

৫-৭বছৰ ব্যৱধান- স্বামী-স্ত্ৰীৰ মাজত এনে ব্যৱধান থাকিলে দম্পতীৰ মাজত কাজিয়া, বিবাদ, ভুল বুজাবুজি কম হয়৷ ৫-৭বছৰ ব্যৱধানৰ সম্পৰ্কত ইজনে সিজনক বুজি পোৱাত সুবিধা হয়৷
১০ বছৰ ব্যৱধান- বহু ক্ষেত্ৰত ১০বছৰৰ ব্যৱধান আদৰ্শ বুলি ভবা হয়৷ এনে সম্পৰ্কত ইজনে সিজনক সন্মান কৰে, বুজিবলৈ চেষ্টা কৰে৷
২০বছৰ ব্যৱধান- সম্পৰ্কত স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ ব্যৱধান ২০বছৰ হ’লে মতামতৰ সমস্যা, সন্তান জন্মদিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme