1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:24 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বুধবাৰে অসমত কৰোনাই প্ৰাণ ল’লে ৪গৰাকীৰ…

  • Update Time : Wednesday, January 5, 2022
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ আগজাননী সচাঁ প্ৰমাণিত কৰিয়েই ৰাজ্যত প্ৰৱেশ কৰিলে কৰোনাৰ তৃতীয় ঢৌৱে! এই কথা প্ৰমাণ কৰিছে কৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে। বুধবাৰৰ দিনটোত অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯১গৰাকী। ৪গৰাকী ৰোগীৰ মৃত্যু হৈছে আজিৰ দিনটোত। ইয়াৰ বিপৰীতে আজিৰ দিনটোত পজিটিভিটিৰ হাৰ বৃদ্ধি পালে ১.৭২শতাংশলৈ।
উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান অসমত ১,৯৭৯গৰাকী ৰোগী চিকিতসাধীন অৱস্থাত আছে।  ইফালে মহাৰাষ্ট্ৰত বুধবাৰৰ দিনটোত ২৬হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। আজিৰ দিনটোত ৮গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ৭৯৭গৰাকী ৰোগী অমিক্ৰনত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ৩৩০গৰাকী ৰোগী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme