1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

লাগিব মাত্ৰ ৬০দিন! তাৰ পিছতে নিঃশেষ অমিক্ৰ’ন…

  • Update Time : Tuesday, January 4, 2022

ডিজিটেল ডেস্কঃ অমিক্ৰ’ন বাঢ়িলেও চিন্তাৰ কাৰন নাই। ই কৰোনাৰ ডেল্টা ভেৰিয়েন্টতকৈ কম শক্তিশালী। এই কথা ইতিমধ্যে বিশ্বৰ চিকিতসকসকলে দাবী কৰিছে। শেহতীয়াকৈ চিকিতসকসকলে এয়াও দাবী কৰিছে যে, অমিক্ৰ’ন মাত্ৰ দুমাহৰ বাবেহে শক্তিশালী হৈ থাকে। ইয়াৰ পাছত অমিক্ৰ’নৰ প্ৰভাৱ লাহে লাহে কমিবলৈ আৰম্ভ কৰে।

শেহতীয়াকৈ ডেনমাৰ্কৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে, ৬০দিনৰ ভিতৰত অমিক্ৰ’নৰ প্ৰভাৱ নাইকিয়া হৈ যায়। ইয়াৰ পাছতে পৰিস্থিতি স্বাভাৱিক হৈ পৰে। স্বাস্থ্য বিশেষজ্ঞ সকলে লগতে দাবী কৰিছে যে, অমিক্ৰ’নত আক্ৰান্ত হ’লে হস্পাতালত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। কিন্তু সাৱধানতাৰ অতিকে প্ৰয়োজন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme