1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:55 pm
Trending:
৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع

২০ দিনৰ পিছতে আহিব এই ৰাশি কেইটাৰ ভাল দিন

  • Update Time : Monday, June 17, 2024

জ্যোতিষত ছাঁয়াগ্ৰহ ৰাহুক অন্যতম শক্তিশালী গ্ৰহ বুলি গণ্য কৰা হয়। ৰাহু ডেৰ বছৰতহে ট্ৰেনজিট হয় আৰু সদায় লাহে লাহে গতি কৰে। ৰাহুৰ অৱস্থানে ধনীৰ পৰা দৰিদ্ৰ আৰু দৰিদ্ৰৰ পৰা ধনী কৰি তুলিব পাৰে। ৰাহুৱে ২০২৩ চনত মীন ৰাশিত ট্ৰেন্সজিট হৈ প্ৰৱেশ কৰিছিল। এতিয়া ৰাহু ২০২৫ চনৰ ১৮ মে’লৈকে মীন ৰাশিত থাকিব। কিন্তু এই সময়ছোৱাত ৰাহু নক্ষত্ৰ পৰিবৰ্তন হ’ব। বৰ্তমান ৰাহু ৰেৱতী নক্ষত্ৰত আছে আৰু এতিয়া উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিবলৈ ওলাইছে।

৮ জুলাইত ৰাহুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব। ৰাহু নক্ষত্ৰৰ পাৰ হোৱাৰ পিছত উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। উত্তৰ ভদ্ৰপদ নক্ষত্ৰৰ প্ৰভু শনি। গতিকে শনি নক্ষত্ৰমণ্ডলত ৰাহুৰ প্ৰৱেশে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব। উত্তৰভদ্ৰ পদ নক্ষত্ৰক বিস্ময়কৰ নক্ষত্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এই নক্ষত্ৰমণ্ডলক সফলতা, আধ্যাত্মিকতা, হঠাৎ আৰ্থিক লাভ আদিৰ কাৰণ বুলি ধৰা হয়। আচলতে শনিক লগ পোৱাটো ৰাহুৰ বাবে ভাল নহয়। কিন্তু শনি যদি শুভ অৱস্থাত থাকে তেন্তে ইয়াৰ ইতিবাচক প্ৰভাৱ পৰে। কোন ৰাশিত ৰাহুৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনে শুভ প্ৰভাৱ পেলাব চাওঁ আহক

বৃষঃ বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ, যিটো ৰাহুৰ বন্ধুত্বপূৰ্ণ গ্ৰহ। ৰাহুৰ ট্ৰেনজিটে বৃষ ৰাশিৰ লোকসকলৰ বাবে বিপুল আৰ্থিক লাভ কঢ়িয়াই আনিব। লগতে দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ’ব। অভাৱনীয় সহায় পাব। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব।

তুলা ৰাশিঃ তুলা ৰাশিৰ প্ৰভুৰ গ্ৰহটোও শুক্ৰ আৰু ৰাহুৰ বন্ধুত্বপূৰ্ণ গ্ৰহ হোৱাৰ বাবে এই ৰাশিৰ লোকসকলক উপকাৰ হ’ব। এইসকল লোকৰ উপাৰ্জন বৃদ্ধি পাব। খোল খাব উপাৰ্জনৰ নতুন উৎস। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। বহিঃৰাজ্যত ব্যৱসায় কৰাসকল যথেষ্ট লাভৱান হ’ব।

বৃশ্চিক ৰাশিঃ ৰাহুৰ ট্ৰেনজিট বৃশ্চিক ৰাশিৰ লোকৰ বাবে উপকাৰী হ’ব। এইসকল লোকৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। কেৰিয়াৰত লাভ হ’ব। অৰ্থনৈতিক পৰিস্থিতিও শক্তিশালী হ’ব। কিন্তু স্বাস্থ্যৰ যত্ন ল’ব লাগিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme