1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 8:31 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

বাক্সাৰ নতুন আলিগুৰীত ভয়ংকৰ অগ্নিকাণ্ড

  • Update Time : Wednesday, June 12, 2024

বাক্সাৰ পৰা এই খবৰ পঠাইছে গোলাপ নাথে। এটা চিলিণ্ডাৰৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। বাক্সাৰ নতুন আলিগুৰীত ভয়ংকৰ অগ্নিকাণ্ড। অশ্বিনী হীৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো সা-সম্পত্তি ভস্মীভূত হোৱাৰ লগতে ঘৰতে থকা এখন গেলামালৰ দোকান ভস্মীভূত হয়। ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অশ্বিনী হীৰাৰ ভাতৃ লবন হীৰা। অগ্নিকাণ্ডৰ ফলত আনুমানিক ডেৰৰ পৰা দুই লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায়। ঘটনাস্থলীত জালাহ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme