1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:25 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

সাৱধান! AC য়ে বিপদ ঘটাব পাৰে আপোনাৰ!

  • Update Time : Wednesday, June 12, 2024

আপোনাৰ ঘৰত আছে নেকি AC? যদি আছে তেন্তে হওঁক সাৱধান। ACয়ে আপোনাক দিব পাৰে ঠাণ্ডা অনুভৱ কিন্তু সাৱধান এই ACয়ে আপোনাৰ জীৱনলৈ মাতিব পাৰে বিপদ। অলপ গৰম পৰিলেই AC চলাই আৰামদায়ক জীৱন অতিবাহিত কৰে বহুলোকে। কিছু লোক এনে আছে যি অলপ গৰমেই সহ্য কৰিব নোৱাৰে। আৰু ACৰ প্ৰয়োজনবোধ কৰে।
AC ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হওঁক সাৱধান।
. AC কোনোদিনে ১৬ত নিদিব কাৰণ ১৬ত দিলে AC বেয়া হোৱাৰ লগতে ফাঁটি যোৱাৰ সম্ভাৱনা থাকে। যদিহে AC ১৬ত দিয়া থাকে তেন্তে ১৬ৰ পৰা ২৪ত দি লগত ফেন চলাই ৰাখিব। এনে কৰিলে AC ফাঁটি যোৱাৰ সম্ভাৱনা নাথাকে।
. প্ৰায় ১৫ দিনৰ মূৰে মূৰে AC পৰিষ্কাৰ কৰি ৰাখিব। কাৰণ ধুলি-মাকটি লাগি AC বেয়া হোৱা বা লেতেৰা সোমাই AC ফাঁটি যোৱাৰ সম্ভাৱনা অত্যাধিক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme