1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 1:30 am
Trending:
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তথা ঘৰলৈ সুস্থ বাতাবৰণ কঢ়িয়াই আনিবলৈ ঘৰৰ এই বিশেষ কোণত ৰাখক মাটিৰ কলহত পানী Wettbonus bloß Einzahlung 2025 No Anzahlung Gratiswetten Echtgeld Casinos in Brd 2025 Erreichbar damit echtes Piepen spielen আপুনি বাৰু জানেনে যকৃত ক্ষতি হোৱাৰ অন্যতম কাৰণসমূহ, জানি লওঁক সবিশেষ sixty 100 percent casino William Hill 100 free spins free Spins No deposit sixty Incentive Revolves On the Register Gambling enterprises Dino Area Position Have fun with the Totally free RTG Casino Riviera Riches slot machine Games On the internet Da Vinci Expensive diamonds Masterworks Slots, Real cash Casino slot games & Free Spin Online 20 no deposit free spins 2023 Gamble Demo আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ গ্ৰহণ কৰক এই বিশেষ বস্তুবিধ সুস্থ হৈ থাকিব আপোনাৰ পাচনক্ৰিয়া ৬ এপ্রিল, দেওবাৰে দিছপুৰস্থিত পি, ডব্লিউ, ডি কনভেনচন হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সংগীত ডট্ কম দশম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস Hot Cross Bunnies Games Changer Slot Video game On the web at the Perfect Ports

বছৰৰ পহিলাদিনটোত দললৈ ১০০০টকাৰ বৰঙণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…

  • Update Time : Saturday, January 1, 2022

ডিজিটেল ডেস্কঃ দলক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ১০০০টকাৰ বৰঙণি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। বছৰৰ পহিলা দিনটোতে এই বৰঙণি দললৈ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।  মুখ্যমন্ত্ৰীৰ লগতে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাইও ১০০০টকাৰ বৰঙণি দললৈ আগবঢ়ায়।  বৰঙণি আগবঢ়োৱাৰ পাছতে ছচিয়েল মিডিয়াযোগে এই কথা অৱগত কৰি তেওঁ লিখে- Assam BJP president Bhabesh Kalita and I have today donated Rs 1000 each to start the party’s donation drive under which we would collect Rs 50-Rs 1000 from party workers & well-wishers. We hope to collect a good amount for the party under this drive.

উল্লেখ্য যে, বিজেপিক অৰ্থনৈতিক ভাৱে সবল কৰাৰ উদ্দেশ্য দলৰ কৰ্মকতা, নেতা সকলৰ পৰা সংগ্ৰহ কৰা হৈছে বৰঙণি। এই প্ৰক্ৰিয়া বিগত কেইটামান দিন সমগ্ৰ দেশত অব্যাহত আছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১০০০টকাৰ বৰঙণি আগবঢ়াইছে দললৈ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme