1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:45 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

৭জুনত কিয় পালন কৰা হয় বিশ্ব খাদ্য সুৰক্ষা দিৱস?

  • Update Time : Friday, June 7, 2024

আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো ৭ জুন তাৰিখটোত বিশ্বজুৰি এই দিৱস উদযাপন কৰা হৈছে। ২০১৮ চনত প্ৰথমবাৰৰ বাবে বিশ্বৰ খাদ্য সুৰক্ষা বিষয়ক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰাই বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই যৌথভাৱে পালন কৰি আহিছে Food Safety Day। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে বিশ্বৰ প্ৰায় ৬০ কোটি লোক ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী বা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দূষিত খাদ্য খাই ৰোগত আক্ৰান্ত হয়। খাদ্যজনিত ৰোগত প্ৰতি বছৰে ৪,২০,০০০ লোকৰ মৃত্যু হয়। এই দিৱসৰ উদ্দেশ্য হৈছে মানৱ স্বাস্থ্য, বাণিজ্য, কৃষি আৰু বহনক্ষম উন্নয়নৰ উন্নতিৰ পদ্ধতি, বিতৰ্ক, সমাধান আৰু উপায়ৰ জৰিয়তে খাদ্য সুৰক্ষা চিনাক্তকৰণ আৰু পৰিচালনাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme