1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 6, 2025, 6:57 pm
Trending:
আপুনি বাৰু জানেনে যকৃত ক্ষতি হোৱাৰ অন্যতম কাৰণসমূহ, জানি লওঁক সবিশেষ sixty 100 percent casino William Hill 100 free spins free Spins No deposit sixty Incentive Revolves On the Register Gambling enterprises Dino Area Position Have fun with the Totally free RTG Casino Riviera Riches slot machine Games On the internet Da Vinci Expensive diamonds Masterworks Slots, Real cash Casino slot games & Free Spin Online 20 no deposit free spins 2023 Gamble Demo আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ গ্ৰহণ কৰক এই বিশেষ বস্তুবিধ সুস্থ হৈ থাকিব আপোনাৰ পাচনক্ৰিয়া ৬ এপ্রিল, দেওবাৰে দিছপুৰস্থিত পি, ডব্লিউ, ডি কনভেনচন হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সংগীত ডট্ কম দশম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস Hot Cross Bunnies Games Changer Slot Video game On the web at the Perfect Ports Зеркало онлайн казино с подарками: как задействовать и где отыскать Чем из себя представляют куш в онлайн казино с премиями На какие моменты сосредотачивать внимание во время выбора онлайн казино с бонусами

এজন দৰা হেৰাইছে! বাতৰি কাকততো ওলাল বিজ্ঞাপন…

  • Update Time : Thursday, December 30, 2021

ডিজিটেল ডেস্কঃ দৰা হেৰাইছে- বাতৰি কাকতত এটা আজৱ বিজ্ঞাপন। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত এই বিজ্ঞাপন দেখি সকলো অবাক। ছচিয়েল মিডিয়াতো বনজুইৰ দৰে বিয়পি পৰিল বিজ্ঞাপনটো। বিজ্ঞাপনটো আছিল এইটো-

दुकानदार ने अखबार में छपवाई 'दूल्हे' की मिसिंग तस्वीर! जानें आखिर क्या है असल सच्चाई

বিজ্ঞাপনটো প্ৰকাশ পাইছিল দ্য টেলিগ্ৰাফ কাকতখনত। আগশাৰীৰ এই কাকতখনত ২৬ডিচেম্বৰ ২০২১ত প্ৰকাশ পাইছিল এই বিজ্ঞাপনটো। দেশৰ আগশাৰীৰ কাকতখনে কিয় এনে বিজ্ঞাপন প্ৰকাশ কৰিলে বুলি অধিক চৰ্চা হওঁতেই ওলাল উৰহীৰ ওৰ। আচলতে এইটো বিজ্ঞাপন আছিল এখন কাপোৰৰ দোকানৰহে। কিছু পৃথক কনছেপ্টেৰে বিজ্ঞাপন দিবলৈ গৈ ছচিয়েল মিডিয়াত পেপাৰ কাটতো বিয়পি পৰিল অন্য ধৰণে। এতিয়া পঢ়ি লওঁক এই সম্পূৰ্ণ পেপাৰ কাটতো।

missing groom

সেয়া যি কি নহলেওঁ, কিছু সময়ৰ কাৰনে হ’লেও এই ঘটনাই একাংশক বেছ আমোদ দিলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme