1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:45 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

আজিয়ে কৰক এইকেইটা কাম, উজ্জ্বল হৈ পৰিব আপোনাৰ মুখমণ্ডল

  • Update Time : Friday, May 31, 2024

গ্ৰীষ্মকালত মানুহে বহু ধৰণৰ মুখ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলৈ কৰে। মুখত দাগ পৰিবলৈও আৰম্ভ কৰে। মুখৰ উজ্জ্বলতা নোহোৱা হৈ পৰে। মুখৰ উজ্জ্বলতা তথা মুখখন মসৃণ কৰিবলৈ কৰিব পাৰে এইকেইটা কা

তিয়হ আৰু নেমুৰ ৰসৰ ফেচ মাস্ক মুখত লগালে ভাল ফলাফল লাভ কৰিব। ইচ্ছা কৰিলে ৰাতিপুৱা বা ৰাতি শুৱাৰ পূৰ্বে লগাব পাৰে এই মাস্ক। ৰাতিপুৱালৈকে আপোনাৰ মুখখন উজ্জ্বল দেখা যাব।

এলোভেৰা ফেচ মাস্কেও আপোনাক সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েলৰ দৰে গুণ আছে, যিয়ে আপোনাক মুখৰ ছাল পৰিষ্কাৰ কৰাত বহুত সহায় কৰে। ছালৰ টেক্সচাৰ উন্নত কৰাৰ ক্ষেত্ৰতো ই অতি উপকাৰী। DIY ঘৰতে বনোৱা ফেচ মাস্কেও ব্ৰণ, ৰ’দত পোৰা, একজিমাৰ দৰে সমস্যা দূৰ কৰিব পাৰে।

মুখৰ পৰা লেতেৰা পৰিষ্কাৰ কৰিবলৈ বেচনৰ ফেচ মাস্ক অতি প্ৰয়োজনীয়। দৈনিক মুখত লগাব পাৰে। ইয়াৰ এক্সফোলিয়েটিং গুণৰ বাবে ইয়াক প্ৰায়সকলেই ব্যৱহাৰ কৰে। টেন আঁতৰোৱা আৰু তেলেতীয়া ছাল পৰিষ্কাৰ কৰাত ই উপকাৰী।

আপোনাৰ মুখখনক সতেজতা দিয়াৰ বাবে তিয়হ ফেচ মাস্ক উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কেৰ লগতে মেংগানিজ আৰু বিটা-কেৰটিন থাকে। তিয়হৰ শীতল গুণেও আপোনাৰ ভাগৰুৱা চকু দুটা সতেজ কৰাত বহুত সহায় কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme