1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:29 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আজিয়ে কৰক এইকেইটা কাম, উজ্জ্বল হৈ পৰিব আপোনাৰ মুখমণ্ডল

  • Update Time : Friday, May 31, 2024

গ্ৰীষ্মকালত মানুহে বহু ধৰণৰ মুখ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলৈ কৰে। মুখত দাগ পৰিবলৈও আৰম্ভ কৰে। মুখৰ উজ্জ্বলতা নোহোৱা হৈ পৰে। মুখৰ উজ্জ্বলতা তথা মুখখন মসৃণ কৰিবলৈ কৰিব পাৰে এইকেইটা কা

তিয়হ আৰু নেমুৰ ৰসৰ ফেচ মাস্ক মুখত লগালে ভাল ফলাফল লাভ কৰিব। ইচ্ছা কৰিলে ৰাতিপুৱা বা ৰাতি শুৱাৰ পূৰ্বে লগাব পাৰে এই মাস্ক। ৰাতিপুৱালৈকে আপোনাৰ মুখখন উজ্জ্বল দেখা যাব।

এলোভেৰা ফেচ মাস্কেও আপোনাক সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েলৰ দৰে গুণ আছে, যিয়ে আপোনাক মুখৰ ছাল পৰিষ্কাৰ কৰাত বহুত সহায় কৰে। ছালৰ টেক্সচাৰ উন্নত কৰাৰ ক্ষেত্ৰতো ই অতি উপকাৰী। DIY ঘৰতে বনোৱা ফেচ মাস্কেও ব্ৰণ, ৰ’দত পোৰা, একজিমাৰ দৰে সমস্যা দূৰ কৰিব পাৰে।

মুখৰ পৰা লেতেৰা পৰিষ্কাৰ কৰিবলৈ বেচনৰ ফেচ মাস্ক অতি প্ৰয়োজনীয়। দৈনিক মুখত লগাব পাৰে। ইয়াৰ এক্সফোলিয়েটিং গুণৰ বাবে ইয়াক প্ৰায়সকলেই ব্যৱহাৰ কৰে। টেন আঁতৰোৱা আৰু তেলেতীয়া ছাল পৰিষ্কাৰ কৰাত ই উপকাৰী।

আপোনাৰ মুখখনক সতেজতা দিয়াৰ বাবে তিয়হ ফেচ মাস্ক উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কেৰ লগতে মেংগানিজ আৰু বিটা-কেৰটিন থাকে। তিয়হৰ শীতল গুণেও আপোনাৰ ভাগৰুৱা চকু দুটা সতেজ কৰাত বহুত সহায় কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme