1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 11:15 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

গাজৰৰ ৰসৰ উপকাৰিতা জানিলে আচৰিত হৈ পৰিব আপুনি

  • Update Time : Friday, May 31, 2024

গাজৰ সদায়ে চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ লাভালাভ ইয়াতে শেষ হয়। গাজৰত থকা ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টে এই পাচলিটো শৰীৰৰ আন অংশৰ বাবেও উপকাৰী কৰি তোলে। গাজৰ ভিটামিন A,C আৰু Kৰে সমৃদ্ধ, সেয়েহে ই ছালৰ বাবেও খুবেই উপকাৰী । গতিকে গাজৰ ভাজি খোৱাতকৈ বা হালোৱা বনাই খোৱাতকৈ কেচাঁ গাজৰৰ ৰস খাওঁক৷ গতিকে আহক জানো গাজৰে আৰু কেনেদৰে আপোনাক সহায় কৰিব পাৰে,
. গাজৰৰ ৰসত থকা ভিটামিন-A আৰু C-য়ে শৰীৰক ফ্ৰী-ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে । ইয়াত ভিটামিন-B6 থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী প্ৰমাণিত হয়।
. গাজৰৰ ৰস বেক্টেৰিয়াৰ বাবে ভাল, যি ডায়েবেটিচৰ সৈতে সম্পৰ্কিত৷
. গাজৰৰ ৰসত পটাছিয়াম থাকে, যি ৰক্ত নলীবোৰ পাতল কৰাত সহায় কৰে আৰু ৰক্তচাপৰ স্তৰ হ্ৰাস কৰে, লগতে ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme