1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:10 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

আম খায় ভাল পায় নেকি? খোৱাৰ পূৰ্বে কৰক এইসমূহ কাম

  • Update Time : Monday, May 27, 2024

গ্ৰীষ্মকাল অহাৰ লগে লগে মানুহে আম খাবলৈ আৰম্ভ কৰে। কিন্তু প্ৰায়ে আম খোৱাৰ সময়ত মানুহে কিছু ভুল কৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।
আম খোৱাৰ সময়ত কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয়, নহ’লে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
গৰমৰ বতৰ আহি পোৱাৰ লগে লগে মানুহে আম খাবলৈ আৰম্ভ কৰে। প্ৰায়ে মানুহে আম খোৱাৰ আগতে ভুল কৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
বেছিভাগ মানুহেই ফ্ৰীজৰ পৰা আম উলিয়াই পানীৰে ধুই কাটি খায়। কিন্তু তেনে কৰিলে স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।
তথ্য অনুসৰি আম খোৱাৰ আগতে কমেও ১ ঘণ্টা পানীত ৰাখিব লাগে।
কম সময় থাকিলে ৩০ মিনিট পানীত ৰাখিব পাৰে।
তথ্য অনুসৰি আমলখিত প্ৰাকৃতিকভাৱে ফাইটিক এচিড থাকে, যাৰ ফলত শৰীৰত কেলচিয়াম আৰু আইৰণৰ দৰে খনিজ পদাৰ্থ খোৱাত বাধা দিয়ে। যাৰ বাবে শৰীৰত খনিজ পদাৰ্থৰ অভাৱ হয়।
এই কাৰণেই আম খোৱাৰ আগতে আম কেইঘণ্টামান পানীত তিয়াই ৰাখিব লাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme