1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:07 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত কিমান ভাৰতীয় আছে জানেনে?

  • Update Time : Wednesday, May 22, 2024

ভাৰতক বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ বুলি গণ্য কৰা হয়। পৃথিৱীৰ প্ৰায়বোৰ দেশতে ভাৰতীয় মানুহ নিশ্চয় পাব। আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, কানাডা আৰু এছিয়াৰ দেশসমূহত ভাৰতীয় নাগৰিক থাকে। অৱশ্যে পৃথিৱীৰ এনে কেইখনমান দেশহে আছে য’ত কোনো ভাৰতীয়ই থাকিবলৈ ভাল নাপায়। আজি আমি আপোনালোকক ক’ম বিশ্বৰ কিছুমান দেশৰ বিষয়ে য’ত ভাৰতীয় মানুহ বিচাৰি নাপাব।

বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত বেছিভাগ দেশতে ভাৰতীয় নাগৰিক বাস কৰে। ভাৰতীয় নাগৰিকেও বহু দেশত নাগৰিকত্ব লৈছে। অৱশ্যে কিছুমান দেশ আছে য’ত এজনো ভাৰতীয়ও বসতি স্থাপন কৰা নাই। তথ্য অনুসৰি মুঠ ৫ খন দেশ আছে য’ত ভাৰতীয়ৰ জনসংখ্যা একেবাৰে শূন্য। কিন্তু তাত যদি কোনো ভাৰতীয় উপস্থিতি পায় থাকে তেন্তে কূটনৈতিক, চৰকাৰী কামত বা জেলত বন্দী হিচাপে তাত থাকে।

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত এজনো ভাৰতীয় নাগৰিক নাথাকে। ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনা আৰু অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ বাবে ইয়াত কোনো ভাৰতীয়ই বসতি স্থাপন নকৰে। ভাৰতীয় নাগৰিকে পাকিস্তানৰ নামৰ পৰাই দূৰত্ব বজাই ৰাখে। তথ্য অনুসৰি পাকিস্তানত থকা ভাৰতীয়সকল কেৱল কূটনৈতিক বিষয়া আৰু বন্দী।

উল্লেখযোগ্য যে কোনো ভাৰতীয়ই পাকিস্তানত থাকিবলৈ নিবিচাৰে। দেশ বিভাজনৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ অহা একাংশ ভাৰতীয় আৰু তেওঁলোকৰ আত্মীয়-স্বজন পাকিস্তানত থাকে। সেই নাগৰিকসকলে কেতিয়াবা নিজৰ মানুহক লগ কৰিবলৈ পাকিস্তানলৈ যায়। কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানৰ পৰিস্থিতি অতি বেয়া। ইয়াৰ বাবেও কোনো নাগৰিকে পাকিস্তানলৈ যাব নিবিচাৰে।

ভাৰতৰ মানুহে চাকৰি আৰু পঢ়া-শুনাৰ বাবে প্ৰায়বোৰ দেশলৈ যায়। কিন্তু পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া যে তাত থকা সাধাৰণ মানুহে খাদ্য, কৰ্মসংস্থাপন আৰু ভাল শিক্ষাৰ সমস্যাৰ সন্মুখীন হৈছে বহুদিনৰে পৰা। যাৰবাবে ভাৰতকে ধৰি পৃথিৱীৰ যিকোনো দেশৰ লোকে পাকিস্তানত থাকিবলৈ নিবিচাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme