1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 11:24 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

ভাৰতীয় সেনাৰ পৰা অৱশেষত বিদায় ল’লে মেৰুৱে

  • Update Time : Tuesday, May 21, 2024

সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা বিশেষ কুকুৰ, ভাৰতীয় সেনাৰ পৰা অৱসৰ লোৱাৰ পাছত চৰ্চাৰ সংবাদ মাধ্যমত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মেৰু। শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা এই কুকুৰটোৱে ৰে’লৰ প্ৰথম শ্ৰেণীৰ ACত যাত্ৰা কৰি গৈছে নিজৰ নতুন ঘৰলৈ। ভাৰতীয় সেনাৰ পৰা অৱসৰ লোৱা এইটো প্ৰথম কুকুৰ নহয়, কিন্তু বৰ্তমান মেৰুৰ ফ’টো সামাজিক মাধ্যমত ব্যাপৰকভাৱে ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ থকা মেৰুৰ বয়স হৈছে ৯ বছৰ, যি ভাৰতীয় ট্ৰেকাৰ ডগ হিচাপে নিজৰ সেৱা আগবঢ়াই আহিছে। ভাৰতীয় সেনাৰ লগতে আৰক্ষী বিভাগটো বিভিন্ন ধৰণৰ কুকুৰ নিযুক্তি প্ৰদান কৰা হয়। ঠিক তেনেকৈ ভাৰতীয় সেনা বাহিনীতো নিযুক্তি দিয়া হৈছিল এই ৯ বছৰীয়া মেৰুক। সেনাৰ পৰা অৱসৰ লোৱাৰ পাছত মেৰু মীৰুটৰ পৰা নিজৰ ঘৰলৈ ৰাওনা হৈছিল আৰু ৰে’লৰ প্ৰথম শ্ৰেণীৰ AC যাত্ৰাৰ সময়ত উঠোৱা ফ’টোখন সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰা দেখিব পোৱা গৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme