1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:28 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

কিয় ১৫ মে’ দিনটোত পৰিয়াল দিৱস পালন কৰা হয়?

  • Update Time : Wednesday, May 15, 2024

পৰিয়াল কি? পিতৃ-মাতৃ, খুড়া-খুড়ী, ককাই-ভাই, ককা-আইতা আদি সম্পৰ্কবোৰ মনলৈ আহে পৰিয়াল বুলি কলে৷ কিন্তু আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি ঘটিল আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠিল৷ ইয়ে পৰিয়ালৰ সদস্য সকলৰ মাজত পাৰম্পৰিক দায়বদ্ধতা হ্ৰাস কৰিছে আৰু মানুহৰ মনত মৰম ভালপোৱাৰ অভাৱ দেখিবলৈ পোৱা গৈছে৷ কৰ্ম ব্যস্ততা, প্ৰতিযোগিতা, বিলাসীকতাই যেন ইন্ধন যোগাইছে পৰিয়ালৰ সদস্যৰ মাজৰ ব্যৱধানত৷ সমাজৰ উচ্চ আসনত বা পদত নিজক চাবলৈ কোনো তেজৰ সম্পৰ্ক নথকা মানুহৰ পিছত দৌৰো, তেঁওলোকৰ সুখ-দুখৰ খবৰ লওঁ, ইয়াৰ বাবে আমি আমাৰ আপোনবোৰক কৰবাতে এৰি আহো৷ ক্ৰমান্বয়ে জটিল হৈ পৰে আমাৰ জীৱন যাত্ৰা, কোনোবাখিনিত যেন এলাগী হৈ ৰয় বৃদ্ধ পিতৃ-মাতৃ, অচিন হৈ পৰে আপোন সম্পৰ্কবোৰ৷ কোনো কোনো লোকৰ ক্ষেত্ৰত গুৰুত্বহীন হৈ পৰে নিজৰ মানুহবোৰ৷ সেয়ে প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ১৫ মে’ দিনটোত আন্তৰ্জাতিক পৰিয়াল দিৱস পালন কৰা হয়৷ একোটা পৰিয়ালৰ সদস্য সু-নাগৰিক, শিক্ষিত, সামাজিক হোৱা মানে এখন সুন্দৰ সমাজ গঠন হোৱা৷ এই দিৱসৰ উদ্দেশ্য পৰিয়ালৰ দায়বদ্ধতা, শৃংখলাবদ্ধতা, সমাজ আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ সজাগতা সৃষ্টি কৰা৷ সেয়ে প্ৰতি বছৰে এই দিনটোত পৰিয়ালৰ বাবে এই দিৱস পালন কৰা হয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme