1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 11:28 pm
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

আপোনাৰ সন্তান প্ৰেমত পৰিছে আৰু আপুনি গালি শপনি পাৰিছে নেকি?

  • Update Time : Monday, May 13, 2024

প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়৷ প্ৰেমত বয়সৰ কোনো সীমা নাথাকে৷ এইটো হয় যে একেবাৰে সৰুতেই প্ৰেমত পৰিলে মা দেউতাৰ পৰা মাৰ খোৱা বা গালি শপনি শুনাটো স্বাভাৱিক৷ কিন্তু আপোনাৰ সন্তানে প্ৰেমত পৰিলে বুলিয়েই অনবৰতে গালি শপনি পৰা বা মাৰ ধৰ কৰাটো উচিত নহয়৷ তাৰ সলনি আপুনি আপোনাৰ সন্তান প্ৰেমত পৰাৰ কতা জানিলে কি কৰিব জানি লওঁক-

. সন্তানক অনবৰতে খং নকৰিব- সন্তান প্ৰেমত পৰিলে মাক দেউতাকে খং কৰা, অনবৰতে গালি পৰা দেখা যায়৷ বয়সৰ লগে লগে সন্তানৰ শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ পৰে৷ এনে ক্ষেত্ৰত আপুনি আপোনাৰ সন্তানক ভালদৰে বুজাওঁক অন্যথা সন্তানে ল’ব ভুল পদক্ষেপ৷
. সন্তানৰ মনটোক বুজিবলৈ চেষ্টা কৰক- আপোনাৰ সন্তান প্ৰেমত পৰা বাবে গালি শপনি পৰাতকৈ তেওঁৰ মনটোক বুজিবলৈ চেষ্টা কৰক৷ সন্তানৰ মনটোক বুজিবলৈ চেষ্টা কৰিলেহে বুজিব যে তেওঁ প্ৰেমক কিদৰে লৈছে?
. সন্তানৰ সৈতে বন্ধুত্ব গঢ়ি তুলক- সন্তানৰ সৈতে বন্ধুৰ দৰে থাকক৷ বন্ধুত্বৰ মাজত যিদৰে প্ৰতিটো কথা আলোচনা হয়, তেনেদৰে সন্তানৰ সৈতে আলোচনা কৰক প্ৰতিটো কথা৷ তেনে কৰিলে আপোনাৰ পৰা কোনো কথা লুকুৱাই নাৰাখে আপোনাৰ সন্তানে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme