1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
March 12, 2025, 1:11 am
Trending:
হোলিকা দহনৰ সময়তে এই ৪বিধ সামগ্ৰী অৰ্পন নকৰিব জুইত, অন্যথা দুৰ্ভাগ্যই লগ নেৰিব আপোনাক Best The fresh Zealand Online casinos Reel Strike casino 2025 Сертифицированное виртуальное казино с подарками за регистрацию Gamble Free Pambling Games Zero ติดตั้งมิฉะนั้นบ่งชี้ขึ้น বিধানসভাৰ মজিয়াত দাখিল কৰা হ’ল ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট, বিত্তমন্ত্ৰীৰ বাজেটত কি উপহাৰ আছে অসমবাসীৰ বাবে? সূৰ্য দেৱতাৰ আশীৰ্বাদ লাভ কৰিবলৈ বা তেওঁক সন্তুষ্ট কৰিবলৈ পাঠ কৰক এই বিশেষ মন্ত্ৰ হোলীৰ পূৰ্বে ৪ ৰাশিৰ জীৱন সলনি কৰিব চন্দ্ৰগ্ৰহণে, জানি লওঁক সবিশেষ ที่ดีที่สุดของสหรัฐอเมริกาการชิงโชคการพนันองค์กรใหม่ล่าสุด Sweeps คาสิโนเว็บไซต์ 2025 হোলীৰ পূৰ্বে ঘৰলৈ আনক এই ৫বিধ সামগ্ৰী, মা লক্ষ্মীৰ কৃপাত আৰ্থিক সংকটৰ পৰা দূৰ হ’ব আপুনি

মাতৃ দিৱস কিয় পালন কৰা হয়?

  • Update Time : Sunday, May 12, 2024

সকলোৰে জীৱনত মাতৃৰ গুৰুত্ব অতুলনীয়। আমাক জীৱন দিয়া মাতৃয়ে আমাক গোটেই জীৱন মৰম আৰু শিক্ষা দিয়ে, আমাৰ প্ৰতিটো সময়ত লগ দিয়ে, সাহস হৈ থিয় দিয়ে৷ সমগ্ৰ বিশ্বতে মে’ মাহৰ দ্বিতীয়টো দেওবাৰে পালন কৰা হয় মাতৃ দিৱস। প্ৰতিগৰাকী মাতৃৰ বাবে এই দিনটো বিশেষ কৰি তুলে প্ৰতিগৰাকী সন্তানে৷ কিন্তু মাতৃৰ বাবে এটা বিশেষ দিনৰ জানো প্ৰয়োজন আছে? কাৰণ প্ৰতিগৰাকী সন্তানৰ বাবে নিজৰ মাতৃগৰাকী সদায় বিশেষ, তেওঁৰ নামত প্ৰতিটো দিনেই বিশেষ৷ মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস৷ ইয়াৰ দ্বাৰা মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ সম্পৰ্কক সোৱঁৰা হয়৷ পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা যায়৷ বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে- উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত এই দিৱস পালন কৰা হয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme