1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:40 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

৫০টকাকৈ জমা কৰি লাভ কৰক ৩৫লাখ টকাঃ জানি লওঁক ডাকঘৰৰ কি এই লাভজনক আচঁনি…

  • Update Time : Saturday, December 25, 2021

ডিজিটেল ডেস্কঃ ধন জমা কৰাৰ বাবে ডাকঘৰেই সবাতোকৈ সুৰক্ষিত স্থান বুূলি প্ৰায়সকল গ্ৰাহকৰেই এক বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ আঁত ধৰিয়েই শেহতীয়াকৈ ডাকঘৰে গ্ৰাহকসকলৰ বাবে লৈ আহিছে এক বিশেষ স্কীম। এই স্কীমৰ জৰিয়তে গ্ৰাহকে ৫০টকাকৈ জমা কৰি লাভ কৰিব ৩০-৩৫লাখ টকা। শেহতীয়াকৈ ডাকঘৰে সদৰি কৰিছে এই নতুন স্কীমটোৰ বিষয়ে।

কেনেকৈ জমা কৰিব এই আচঁনি, আৰু কোনে কোনে জমা কৰিব পাৰিব ধন-

  • ১৯-৫৫বছৰ বয়সৰ যিকোনো লোকে এই আচনিত জমা কৰিব পাৰিব ধন।
  • এই আচঁনিত নূন্যতম বীমা ১০হাজাৰৰ পৰা ১০লাখ পৰ্যন্ত হব পাৰে।
  • এই আচনিত মাহেকীয়া, ছমহীয়া, তিনিমহীয়া নাইবা এবছৰীয়াকৈ ধন জমা কৰিব পাৰে।
  • এই আচনিৰ পৰা আপুনি ঋণো লব পাৰে।
  • ৩বছৰৰ পিছত এই আচনিখন আপুনি চাৰেণ্ডাৰ কৰি ধন উলিয়াব পাৰে। কিন্তু সেই সময়ত আপুনি কোনো সুদ নাপাব।

এনেকৈয়ে এই আচনিতঁ মাহে ১৫০০টকা অথাত প্ৰতিদিনে ৫০টকাকৈ জমা থলে লাভ কৰিব ৩৫লাখ টকা। ১৯বছৰ বয়সত এই আঁচনিত ধন জমা থলে প্ৰায় ৫০বছৰ বয়সত এই ধনৰাশি লাভ কৰিব গ্ৰাহকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme