1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:37 am

গুৱাহাটীত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

  • Update Time : Tuesday, December 21, 2021

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত উপস্থিত হৈছে পোনতেই কামাখ্যা ধামলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী।
দেশত তৃণমূল কংগ্ৰেছৰ বিস্তাৰৰ বাবেই বিভিন্ন ৰাজ্যলৈ যাত্ৰা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াভাৱে সোমবাৰে অসমত উপস্থিত হোৱা মমতাই অসমৰ ৰাজ্যিক দলটোৰ সৈতে মিলিত হ’ব বৈঠকত। আনহাতে ত্ৰিপুৰাকে আদি কৰি ভাৰতৰ ভালেমান ৰাজ্যত তৃণমূল কংগ্ৰেছৰ আগ্ৰাসনে প্ৰায়সংখ্যক লোকৰে দৃষ্টি আকৰ্ষণ কৰাও পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme