1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:57 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

দেশৰ ১২খন ৰাজ্যত অমিক্ৰণ! শীৰ্ষত কোন?

  • Update Time : Monday, December 20, 2021

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্য়া। দেশৰ ১২খন ৰাজ্যত এতিয়ালৈকে অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছ। ইয়াৰ ভিতৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত।

ইফালে দিল্লীত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২২গৰাকী, তেলেংগানাত ২০গৰাকী, কৰ্ণাটকত ১৪গৰাকী, গুজৰাটত ৯গৰাকী, কেৰালাত ১১গৰাকী, উত্তৰ প্ৰদেশত ২গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইয়াৰ উপৰিও বংগ, চণ্ডীগড়, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশত একোগৰাকীকৈ লোক আক্ৰান্ত হৈছে কোৰোনাত।

মহাৰাষ্ট্ৰত অমিক্ৰণৰ উপৰিও কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা দেওবাৰে ৯০২গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি, বিগত ২৪ঘন্টাত দেশত ৬৫৬৩গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগতে  ১৩২গৰাকী লোকৰ মৃত্যু হৈছে। যোৱা দেওবাৰে কৰোানাত আক্ৰান্ত ২৬৪গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ভাৰতত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme