1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 9:43 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভাৰত চৰকাৰৰ ঘোষণাঃ নৱবৰ্ষ, বৰদিনত অযথা স্ফূূৰ্তি কৰিলেই লকডাউন!

  • Update Time : Friday, December 17, 2021

ডিজিটেল ডেস্কঃ সাৱধান হওঁক। ভাৰতত পুনৰ হব পাৰে লকডাউন। ভাৰত চৰকাৰে এইক্ষেত্ৰত সৰ্তক কৰি দিছে দেশবাসীক। নৱবৰ্ষ, বৰদিন উদযাপনৰ নামত অযথা সমাগম নহবলৈ পৰামৰ্শ প্ৰদান কৰিছে চৰকাৰে। সকলোকে সাৱধান কৰি চৰকাৰে প্ৰকাশ কৰিছে যে, অতিপাত ভয়ংকৰৰূপত আহিছে কৰোনা শেহতীয়া ৰূপ অমিক্ৰণ। ইউৰোপ আৰু ফান্সত যিদৰে সংক্ৰমণ হৈছে তাৰ জনসংখ্যালৈ চালে ভাৰতত একেদিনাই ১৩-১৪লাখ লোক আক্ৰান্ত হব।

আৰু এনে পৰিস্থিতি হলে লকডাউনৰ বাদে অন্য কোনো পথ নাথাকিব বুলি সদৰি কৰে ভাৰত চৰকাৰে। শুকুৰবাৰে এক সংবাদমেলত সমগ্ৰ দেশবাসীলৈ সাৱধানবাণী প্ৰেৰণ কৰি সজাগ-সৰ্তকতাই ৰক্ষা কৰিব পাৰে বুলি মন্তব্য কৰে ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে। তেওলোকে লগতে প্ৰয়োজন নহলে ভ্ৰমণ নকৰিবলৈও পৰামৰ্শ প্ৰদান কৰিছে। উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে ১০৯গৰাকী লোক অমিক্ৰণত আক্ৰান্ত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme