1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:40 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সাজুনে কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰক একেলগে চাবলৈ?

  • Update Time : Thursday, February 29, 2024

বিখ্যাত কমেডিয়ান সুনীল গ্ৰ’ভাৰ আৰু কপিল শৰ্মাক অতি সোনকালে নেটফ্লিক্সত একেলগে কমেডী শ্ব’ কৰা দেখা যাব। যাৰবাবে দুয়োগৰাকী তাৰকাৰ অনুৰাগীসকল অতিশয় সুখী।
এই ব্যক্তিগত চেনেলটোক দিয়া এক সাক্ষাৎকাৰত যেতিয়া সুনীল গ্ৰ’ভাৰক সোধা হৈছিল যে ৬ বছৰ পূৰ্বে কপিলৰ সৈতে তেওঁৰ কাজিয়া সমাধান হৈছে নে কপিল শৰ্মাক ক্ষমা কৰিছে? ইয়াৰ প্ৰত্যুত্তৰত অভিনেতাগৰাকীয়ে ক’লে – ‘হয় আমাৰ শ্ব’ আহি আছে, আকৌ এবাৰ কমেডিয়ান কপিল শৰ্মাৰ সৈতে আগৰদৰেই একেধৰণৰ কাম কৰিবলৈ ওলাইছো।’ এইবাৰ আমি নতুন ষ্টাইলত কমেডী উপস্থাপন কৰিবলৈ ওলাইছো। আমাৰ মাজৰ কাজিয়া আছিল মাত্ৰ এটা প্ৰচাৰৰ ষ্টাণ্ট যাতে আমি আমাৰ নতুন শ্ব’টো মুকলি কৰিব পাৰো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme