1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:29 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বাদাম বিক্ৰী কৰি পৰিয়ালক পোহপাল দিছিল ৰঙিয়াৰ ফুলচান্দে, কিন্তু পুৱাই উৰণ সেতুই কাঢ়িলে প্ৰাণ

  • Update Time : Wednesday, February 28, 2024

এক শোকাৱহ ঘটনা, শোকাৱহ পৰিৱেশ৷ এটি দুৰ্ভগীয়া পৰিয়াল৷ পৰিয়ালটিত আছে পিতৃ-মাতৃ, পত্নী, দুই সন্তান৷ বাদাম, চানা আদি বিক্ৰী কৰি দুবেলা দুমুঠি
পেটে ভাতে খাই আছিল দুৰ্ভগীয়া পৰিয়ালটিয়ে৷ কিন্তু হঠাৎ পৰিয়ালটিৰ জীৱনলৈ নামি আহিল ধুমুহা৷ আজি পুৱাই চানা বিক্ৰী কৰিবলৈ ওলাই
আহিছিল ফুলচান্দ আলিয়ে৷ কিন্তু হঠাৎ নিৰ্মীয়মান উৰণ সেতুঁৰ প্ৰকাণ্ড বীম খহি হেচাঁ মাৰি ধৰিল ফুলচান্দ আলিক৷ আৰু মৃত্যুক আকোঁৱালি লয়
ব্যক্তিজনে৷ ফুলচান্দ আলিৰ এই আকস্মিক মৃত্যুত শোকাৱহ পৰিৱেশৰ সৃষ্টি হৈছে৷ পৰিয়ালৰ লোকে ফুলচান্দ আলিৰ এই আকস্মিক মৃত্যুৰ বাবে জগৰীয়া
কৰিছে উৰণ সেতু নিৰ্মাণকাৰী সংস্থাক৷ দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিবলৈ চৰকাৰ প্ৰশাসনক আহবান ফুলচান্দৰ দুৰ্ভগীয়া পৰিয়ালৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme