1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
May 21, 2025, 5:12 pm

অসমৰ এই ৬ খন জিলাৰ ছোৱালী আটাইতকৈ ধুনীয়া, আপোনাৰ প্ৰেয়সীও বাৰু এই জিলাৰেই নেকি?

  • Update Time : Thursday, February 15, 2024

অসমৰ কোনখন জিলাৰ ছোৱালী ধুনীয়া? কোন জিলাৰ ছোৱালীৰ চকুৰ চাৱনীয়ে আপোনাক ‘পাগল’, ‘প্ৰেমী’, ‘আৱাৰা’ কৰি তোলে। মিচিকিয়া হাঁহিটিৰে মন জয় কৰা ছোৱালী জনী বাৰু ক’ৰ ? দীঘল চুলিটাৰিৰে হৃদয় জুৰ পেলোৱা ধুনীয়া ছোৱালীজনী কোন জিলাৰ ? উজনিৰ নে নামনিৰ৷ ঢৌ খেলা চুলিটাৰিৰে. মিঠা হাহিটিৰে বহু ডেকাৰ বুকু ভেদা ৰূপহী ছোৱালী কেইগৰাকীক দেখিলে আপোনাৰো বাৰু ক’ব মন যায় নে হিমাংশু প্ৰসাদ দাসৰ সেই বিখ্যাত কবিতাটোৰ লেখিয়া ‘ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি’? পিছে কৰিব নো কি? অচিনাকী ৰূপহীজনীক দেখি কল্পনাৰ কেনভাছত বহু কিবা কিবি আক বাক দিয়ে যদিও, কিন্তু বাস্তৱত ৰূপহীজনীক দুৰৈৰ পৰাই বিদায় জনাব লগীয়া হয়, ঠিক সুধাকণ্ঠৰ সেই গীতটিৰ দৰে, ‘অনামিকা বিদায়, তোমাক জনাও বিদায়,’৷ একেদৰে মনটোত প্ৰশ্ন হয়, ক’ৰ আছিল তাই? শিৱসাগৰৰ নাজিৰাৰ নে লখিমপুৰ গহপুৰৰ, নে তাই নগাঁৱৰ বেবেজিয়াৰ নে গুৱাহাটীৰ? হয়তো তাই নলবাৰীৰ বেলশৰৰো হ’ব পাৰে, নহ’লে বৰপেটা, নহ’লে গোৱালপাৰাৰ লক্ষীপুৰ বা ধুবুৰীৰ বিলাসীপাৰাৰ? মুঠতে মনত অলেখ চিন্তাৰ বুৰবুৰণি৷ পিছে আপুনি জানেনে, অসমৰ কোনখন জিলাৰ ছোৱালী ৰূপৱতী, কেৱল ৰূপৱতীয়েই নহয়, গুণৱতীয়ো৷ কোটিকলীয়া প্ৰবাদ অনুসৰি, অসমৰ ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, নলবাৰী, ধেমাজি, কামৰূপ জিলাৰ ছোৱালীসমূহ ৰূপেৰেও নহয়, গুণেৰেও ধুনীয়া৷ সেয়ে এই ছয় জিলাৰ যুৱতীৰ সৈতে যদি আপোনাৰ বন্ধুত্ব গঢ়ি উঠে, তেন্তে বুজিব আপুনি ভাগ্যৱান৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme